manipurimaniri

Maniram Dewan (English) [ IPA: [IPA] ASM: মনিৰাম দেৱান]
Contributed by: Bikram M Baruah on 2013-11-27
1. Personalities(Proper Noun-Masculine) A freedom fighter from Assam, who was executed by colonial British government on charges of revolt. অসমৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা যুঁজাৰু, যাক ঔপনিৱেশিক বৃটিছ চৰকাৰে বিদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি ফাঁচি দিছিল।